Firing at Jorhat : নিশাৰ অন্ধকাৰত যোৰহাটৰ মাজমজিয়াত গুলীচালনা

author img

By

Published : Nov 26, 2022, 10:57 PM IST

Etv Bharat

যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ নগৰৰ মাজমজিয়াস্থিত মাৰোৱাৰী পট্টিত গুলীচালনাৰ ঘটনা(Firing at Jorhat) ৷

  • যোৰহাটত নিশা দুৰ্বৃত্তৰ গুলীচালনা(Firing at Jorhat)
  • নগৰৰ মাজমজিয়াস্থিত মাৰোৱাৰী পট্টিত গুলীচালনা(Robbery in Jorhat)
  • ডকাইতি কৰিবলৈ আহিছিল দুৰ্বৃত্তৰ দুজনীয়া দলটোৱে
  • গুলীচালনা কৰাৰ সময়ত অন্য ভাষাত কথা পাতিছিল দুৰ্বৃত্তই
  • দুৰ্বৃত্তই ব্যৱহাৰ কৰা পিষ্টল পৰি ৰ'ল ঘটনাস্থলীত
  • ইতিমধ্যে এটা দুৰ্বৃত্তক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে
  • দুৰ্বৃত্তৰ গুলীত আহত দোকানৰ এজন কৰ্মচাৰী
  • ইতিমধ্যে আহত লোকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে
  • আৰক্ষী-প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা সচেতন ৰাইজৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.