Bharat Jodo Yatra: গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰকিবুল হুছেইন

author img

By

Published : Dec 4, 2022, 1:26 PM IST

Updated : Dec 4, 2022, 2:17 PM IST

seriously injured rakibul hussain

ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰকিবুল হুছেইন । শনিবাৰে যোৰহাটত ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰাৰ সময়তে ভৰিত আঘাত পায় বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে (Rakibul Hussain injured) ।

  • কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অঘটন (Bharat Jodo Yatra)
  • ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত বিধায়ক ৰকিবুল হুছেইন(Rakibul Hussain injured)
  • ভৰিত আঘাত পাইছে বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে
  • শিৱসাগৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় বিধায়কগৰাকীক
  • ভৰিত আঘাত পোৱাৰ বাবে ভাৰত জোড়ো যাত্ৰাৰ পৰৱৰ্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব হুছেইনে
  • ইতিমধ্যে আত্মীয় ঘৰত জিৰণি লৈছে ৰকিবুল হুছেইনে
Last Updated :Dec 4, 2022, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.