পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী ড্ৰাগ ইঞ্চপেক্টৰ

author img

By

Published : Sep 17, 2022, 4:40 PM IST

Updated : Sep 17, 2022, 5:33 PM IST

Drug Inspector arrested while taking bribe in Jorhat

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ যোৰহাটত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে এগৰাকী ঘোচখোৰ মহিলা বিষয়াক ৷

  • ৰাজ্যত ইজনৰ পিছত সিজন ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ
  • পুনৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এগৰাকী ঘোচখোৰ মহিলা বিষয়াক
  • এইবাৰৰ স্থান যোৰহাট(Vigilance and Anti Corruption Assam)
  • ফাৰ্মাচীৰ লাইচেন্স উলিয়াই দিয়াৰ নামত ড্ৰাগ ইঞ্চপেক্টৰ জাহ্নৱী কলিতাই বিচাৰিছিল উৎকোচ
  • এই উৎকোচ লোৱাৰ সময়তেই বিষয়াগৰাকী হাত-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত (Drug Inspector arrested while taking bribe)
    পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী ড্ৰাগ ইঞ্চপেক্টৰ
Last Updated :Sep 17, 2022, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.