Encounter in Jorhat : যোৰহাটৰ গুলীচালনাত জড়িত আনটো ডকাইতক আৰক্ষীৰ এনকাউন্টাৰ

author img

By

Published : Nov 30, 2022, 4:19 PM IST

Updated : Nov 30, 2022, 4:57 PM IST

Encounter in Jorhat

যোৰহাটত চলিত সপ্তাহতে দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা (Encounter in Jorhat)৷ গুলীচালনাৰ ঘটনাত জড়িত দ্বিতীয়টো ডকাইত আৰক্ষীৰ গুলীত আহত ৷

  • যোৰহাটত চলিত সপ্তাহতে দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা (Encounter in Jorhat)
  • গুলীচালনাৰ ঘটনাত জড়িত দ্বিতীয়টো ডকাইত আৰক্ষীৰ গুলীত আহত (Dacoit injured in encounter in Jorhat)
  • লামডিং আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে মঙলবাৰে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰি যোৰহাট লৈ আনিছিল ডকাইতটোক
  • আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হয় ৰাহুল চাহু ওৰফে ৰাজেশ চাহু নাম ডকাইতটো
  • ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত(Assam medical college) ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ ডকাইতটোক
  • গুলীবিদ্ধ হোৱা ডকাইটোৰ ঘৰ যোৰহাটৰ ত'ৰাজান শ্মশান ৰোডত
  • আনটো ডকাইত প্ৰাঞ্জল বৰা ওৰফে দেহকো আৰক্ষীয়ে দেওবাৰে এনকাউন্টাৰ কৰি গুলীবিদ্ধ কৰে
Last Updated :Nov 30, 2022, 4:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.