লংকাত আৰক্ষীৰ সুৰা বিৰোধী অভিযান

author img

By

Published : Sep 30, 2022, 7:09 AM IST

দূৰ্গা পূজাৰ প্ৰাকক্ষণত হোজাইত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

হোজাইৰ লংকাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ অভিযানত জব্দ বহু পৰিমাণৰ বিলাতী সুৰা (Illegal liquor seized in Hojai)৷

  • দূৰ্গা পূজাৰ প্ৰাকক্ষণত হোজাইৰ লংকাত আৰক্ষীৰ সুৰা বিৰোধী অভিযান(Police raid against liquor)
  • লংকাৰ ৰেল ষ্টেচনৰ সন্মূখত থকা বহুসংখ্যক বিপনীত চলিল অভিযান (Police conducting raid against illicit liquor in Lanka)
  • অভিযানত জব্দ অবৈধভাৱে মজুত ৰখা বহু পৰিমাণৰ বিলাতী সুৰা
  • জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ হাজাৰতকৈ অধিক বুলি জনালে আৰক্ষীয়ে
  • ৰেল ষ্টেচনটোৰ সন্মূখৰ হোটেলসমূহত অবৈধভাৱে সুৰা বিক্ৰী কৰি অহাৰ অভিযোগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.