Lumding firing: লামডিঙত দুৰ্বৃত্তৰ গুলীত আহত এজন

author img

By

Published : Dec 9, 2022, 10:37 PM IST

Updated : Dec 10, 2022, 6:38 AM IST

Lumding firing

লামডিঙৰ শিমলুতলাত দুৰ্বৃত্তৰ গুলীচালনা(Firing at Lumding)৷ দুৰ্বৃত্তৰ গুলীত আহত এগৰাকী ব্যক্তি(One person injured) ৷ আহত ব্যক্তিগৰাকীৰ নাম তৰুণ চক্ৰৱৰ্তী(Tarun Chakravarty) ৷ প্ৰাক্তন ৰে’লৱে কৰ্মচাৰী আছিল চক্ৰৱৰ্তী ৷ শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

  • লামডিঙত গুলীচালনাৰ ঘটনা (Shooting incident in Lumding)
  • লামডিঙৰ শিমলুতলাত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনাটো
  • বাইকেৰে অহা দুই দুৰ্বৃত্তই এজন লোকৰ ওপৰত কৰিলে গুলী চালনা
  • গুলীবৃদ্ধ লোকজন প্ৰাক্তন ৰেলৱে কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে (Former railway employee)
  • দুৰ্বৃত্তই কৰা গুলী চালনাত দুটাকৈ গুলীয়ে ভেদিলে লোকজনক
  • মূৰ আৰু ডিঙিত গুলীবিদ্ধ হৈছে তৰুণ চক্ৰৱৰ্তী (Firing at Lumding)
  • সংকটজনক অৱস্থাত প্ৰথমে লামডিং ৰেলৱে চিকিৎসালয়ত ভৰ্তি
  • পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চক্ৰৱৰ্তী গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে
  • লামডিং মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী আছিল চক্ৰৱৰ্তী
Last Updated :Dec 10, 2022, 6:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.