হোজাইৰ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন

author img

By

Published : Sep 29, 2022, 9:23 AM IST

hojai-dc-adc-suspended-after-allegedly-assaulting-elderly-citizen

লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি তাৎক্ষণিকভাবে হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন ।

  • হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন (Hojai DC and ADC suspended)
  • লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাবে নিলম্বন হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক
  • স্কুটী আৰোহীক লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত খেদি-খেদি প্ৰহাৰ কৰাৰ অভিযোগ এই দুই বিষয়াৰ বিৰুদ্ধে (Allegedly assaulting elderly citizen)
  • লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হৈছিল এই ঘটনা
  • সমগ্ৰ ঘটনাটোৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টিভি কেমেৰাত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.