BJP worker insult Assamese: অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ বিজেপি কৰ্মী

author img

By

Published : Nov 22, 2022, 7:19 AM IST

Hojai BJP leader arrested

অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হোজাইৰ যুৱক ৷ সামাজিক মাধ্যমযোগে বিজেপি নেতা আৰু অসমীয়া জাতিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে (Hojai BJP leader arrested)৷

  • অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হোজাইৰ যুৱক (Hojai BJP leader arrested)৷
  • সামাজিক মাধ্যমযোগে অসমীয়া জাতিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে
  • কাকি আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ সুমন সেন নামৰ যুৱকজনক (BJP worker Suman Sen arrested)
  • হোজাইত বিজেপিৰ এজন সক্ৰিয় কৰ্মী হিচাবে পৰিচিত সুমন সেন
    Hojai BJP leader arrested
    অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ বিজেপি কৰ্মী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.