ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন

author img

By

Published : Sep 23, 2022, 3:27 PM IST

ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন

গোলাঘাটৰ মৰঙি চাহ বাগিচাত অঘটন ৷ ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন (Man sank in Dhansiri river)৷

  • গোলাঘাটৰ মৰঙি চাহ বাগিচাত(Marangi Tea Estate) অঘটন
  • ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন (Missing in Dhansiri river)
  • সন্ধানহীন লোকজনৰ নাম পৰমেশ্বৰ চবৰ বুলি জানিব পৰা গৈছে
  • নদীত গা ধুবলৈ গৈ গভীৰ পানীত ডুব যায় লোকজন(Man sank in Dhansiri river)
  • ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.