Murder at Lahowal : লাহোৱালত পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ'ল নিজ মাতৃৰ

author img

By

Published : Nov 23, 2022, 9:19 AM IST

Murder at Lahowal

ডিব্ৰুগড়ৰ লাহোৱালত লোমহৰ্ষক হত্যাকাণ্ড ৷ পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ (Son kills mother at Lahowal) ৷

  • ডিব্ৰুগড়ৰ লাহোৱালত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা
  • পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ (Son kills mother at Lahowal)
  • মাতৃ মমতা দাসক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰিলে পুত্ৰ জিন্টু দাসে (Murder at Lahowal)
  • লাহোৱাল আৰক্ষী থানাৰ (Lahowal Police Station) অন্তৰ্গত লাহোৱাল চাংমাই গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড
  • মঙলবাৰে নিশা সংঘটিত এই লোমহৰ্ষক ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে
  • অভিযুক্ত পুত্ৰ জিন্টু দাসে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে সেয়া অৱশ্যে জানিব পৰা হোৱা নাই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.