Ragging in AMCH: ৰেগিঙৰ বাবে বহিষ্কাৰ AMCH ৰ দুজন ছাত্ৰক

author img

By

Published : Nov 29, 2022, 10:29 AM IST

After Dibrugarh U Again ragging incident in AMCH

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ পোহৰলৈ আহিছে AMCHৰ ভয়ংকৰ ৰেগিং কাণ্ড (After Dibrugarh University, AMCH ragging incident) ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে AMCH ৰ দুজন ছাত্ৰক ৷ ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ দুই ছাত্ৰক ৷

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHৰ ভয়ংকৰ ৰেগিং কাণ্ড (After Dibrugarh University, AMCH ragging incident)
  • AMCH কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰিলে দুজন ছাত্ৰক (Ragging in Assam medical college 2 expelled)
  • ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ দুই ছাত্ৰক
  • চিকিৎসা মহাবিদ্যালয়খনৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই তথ্য
  • অৱশ্যে ঘটনা সন্দৰ্ভত এই মুহূৰ্তলৈকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা নাই AMCHৰ কতৃপক্ষই
  • বহিষ্কৃত ছাত্ৰ দুজন অস্থি ৰোগ বিভাগৰ ছাত্ৰ ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট চৰফ বুলি জানিব পৰা গৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.