Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক পৰিণতি

author img

By

Published : Nov 27, 2022, 9:26 PM IST

Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন ছাত্ৰ । আহত ছাত্ৰজনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আইচিইউত ভৰ্তি কৰা হৈছে(Aditya Nursing Home in Dibrugarh) ।

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ৰেগিঙৰ ভয়ানক কাণ্ড
  • বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ঘটনা
  • জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন ছাত্ৰ(Senior Student ragged junior student)
  • আহত ছাত্ৰজনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আই চি ইউত ভৰ্তি
  • ছাত্ৰজন বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ আনন্দ শৰ্মা বুলি চিনাক্ত
  • আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত
  • ৰাজহাড় আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.