Fake Currency at Bilasipara : বিলাসীপাৰাত আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী

author img

By

Published : Nov 11, 2022, 3:38 PM IST

Fake Currency Note at Bilasipara

বিলাসীপাৰাত আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী ৷ কাঠালদি প্ৰথম খণ্ড গাঁৱৰ আমেদ আলীৰ গৃহৰ পৰা আটক দুই দুধৰ্ষ জালনোট সৰবৰাহকাৰী (Fake Currency at Bilasipara)৷

  • বিলাসীপাৰাত আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী (Counterfeit note smuggler arrested at Bilasipara)
  • কাঠালদি প্ৰথম খণ্ড গাঁৱৰ আমেদ আলীৰ গৃহৰ পৰা আটক দুই দুধৰ্ষ জালনোট সৰবৰাহকাৰী
  • গাঁওৰক্ষী বাহিনী আৰু ৰাইজে হাতে-লোটে ধৰি সমজাই দিয়ে আৰক্ষীক
  • নগদ ১ লাখ ৩৯ হেজাৰ টকাসহ কেইবা লক্ষাধিক জালনোট জব্দ (Fake Currency at Bilasipara)
  • গাঁওখনৰ আমেদ আলীৰ ঘৰত স্বামী-স্ত্ৰীয়ে দীৰ্ঘদিন ধৰি নাৰীদেহ ব্যৱসায়ৰ লগতে অবৈধ জালনোটৰ ব্যৱসায় চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
বিলাসীপাৰাত আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী
  • জালনোট ব্যৱসায়ীজন চাপৰৰ শিঙাৰপাৰ্কৰ জীয়াউৰ খান
  • জালনোট ব্যৱসায়ৰ লগত জড়িত আমেদ আলীৰ পত্নী আছাতন নেছা পেছাত এগৰাকী আশাকৰ্মী
  • এই অবৈধ জালনোট ব্যবসায়ী চক্ৰৰ লগত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ বিলাসীপাৰা আৰক্ষীৰ (Bilasipara Police Station)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.