Accident in Dhemaji: ধেমাজিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত

author img

By

Published : Dec 1, 2022, 7:04 AM IST

Updated : Dec 1, 2022, 7:32 AM IST

Man death in road accident in Dhemaji

ধেমাজিৰ চমৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in Dhemaji) ৷ যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখী সংঘৰ্ষ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত ২ জন লোক (Man death in road accident in Dhemaji) ৷

  • ধেমাজিৰ চমৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in Dhemaji)
  • যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখী সংঘৰ্ষ
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো
  • বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত ২ জন লোক (Man death in road accident in Dhemaji)
ধেমাজিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত
  • লগতে গুৰুতৰভাৱে আহত হৈছে 7 গৰাকী লোক
  • স্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ
  • আহত আটাইকে ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰদান কৰি থকা হৈছে চিকিৎসা
  • নিহত লোক দুজন মৰাসুঁতিৰ শুভ মোহন কাৰ্দং আৰু হেমন্ত টাইড বুলি জানিব পৰা গৈছে
  • নিহত লোক দুজনৰ লগতে আহত বহুকেইজনেই NHPC ত কামৰ বাবে গৈ আছিল
  • দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS 22 C 6750 আৰু AS 22 C 30
Last Updated :Dec 1, 2022, 7:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.