Dhula Teenager Murder Case: আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক
Published on: Nov 9, 2022, 8:56 PM IST |
Updated on: Nov 9, 2022, 9:57 PM IST
Updated on: Nov 9, 2022, 9:57 PM IST

Dhula Teenager Murder Case: আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক
Published on: Nov 9, 2022, 8:56 PM IST |
Updated on: Nov 9, 2022, 9:57 PM IST
Updated on: Nov 9, 2022, 9:57 PM IST
আদালতত হাজিৰ কৰোৱা হ’ল CIDয়ে গ্ৰেপ্তাৰ কৰা তিনি চিকিৎসকক ৷ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ভুৱাকৈ দাখিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তিনি চিকিৎসক ক্ৰমে অজন্তা বৰদলৈ ,অনুপম শৰ্মা আৰু অৰুণ ডেকাক (Dhula Teenager Murder Case)৷
- আদালতত হাজিৰ কৰোৱা হ’ল CIDয়ে গ্ৰেপ্তাৰ কৰা তিনি চিকিৎসকক (Arrested doctor in Mangaldoi)
- মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ভুৱাকৈ দাখিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তিনি চিকিৎসক ক্ৰমে অজন্তা বৰদলৈ ,অনুপম শৰ্মা আৰু অৰুণ ডেকাক (CID arrested doctor in Mangaldoi)
- যোৱা 11 জুনত ঢেকীয়াজুলি সংঘটিত হৈছিল এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা(Dhula Teenager Murder Case)
- কিশোৰীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ভুৱা ৰিপৰ্ট প্ৰস্তুতৰ অভিযোগ উত্থাপিত হৈছিল চিকিৎসক তিনিগৰাকীৰ বিৰুদ্ধেআদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক

Loading...