দলগাঁৱৰ পৰা আটক PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ

author img

By

Published : Sep 27, 2022, 8:54 AM IST

Updated : Sep 27, 2022, 9:07 AM IST

PFI leaders arrested in Barpeta

ৰাজ্যজুৰি PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI) ৷ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধান ৷ দৰং, বৰপেটা আদি বিভিন্ন জিলাৰ পৰা আটক বহু সংখ্যক PFI সদস্য ৷

  • ৰাজ্যজুৰি PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI)
  • নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধান (Popular Front of India)
  • দৰং, বৰপেটা আদি বিভিন্ন জিলাৰ পৰা আটক বহু সংখ্যক PFI সদস্য (PFI leaders arrested by NIA)
  • দলগাঁৱৰ পৰা আটক হ’ল PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ
  • লোকজন অসম ইমাম এছোচিয়েনৰ ৰাজ্যিক সাধাৰণ সম্পাদকো
  • ইয়াৰোপৰি জমিয়াত উলেমা হিন্দৰ সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক সদস্য
  • 2015-16 বৰ্ষৰ পৰা PFI ৰ দৰঙৰ জিলা সভাপতি হৈ আছে আনিছ আহমেদ(PFI leaders arrested in Darrang)
  • ধৃত আনিচক সোধপোছৰ বাবে NIA দল উপস্থিত হোৱাৰ সম্ভাৱনা
Last Updated :Sep 27, 2022, 9:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.