উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পূব মঙলদৈ উন্নয়ন খণ্ডৰ সহকাৰী উন্নয়ন বিষয়া

author img

By

Published : Sep 14, 2022, 8:52 PM IST

mangaldoi-ado-arrested-for-taking-bribe

দৰমহাৰ টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দূৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে (Assam government zero tolerance in corruption) ৷ বুধবাৰে উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পূব মঙলদৈ উন্নয়ন খণ্ডৰ এজন সহকাৰী উন্নয়ন বিষয়া (Mangaldoi ADO arrested for taking bribe)

  • পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী (Vigilance and Anti Corruption Branch operation)
  • উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পূব মঙলদৈ উন্নয়ন খণ্ডৰ এজন সহকাৰী উন্নয়ন বিষয়া (Mangaldoi ADO arrested for taking bribe)
  • দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে ধৰিলে বিষয়াগৰাকীক
  • ধৃত সহকাৰী উন্নয়ন বিষয়াগৰাকীৰ নাম সুজিত ঠাকুৰীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.