Darrang Police against criminals: অপৰাধীৰে ভৰিছে মঙলদৈ আৰক্ষী থানা
Published on: Nov 30, 2022, 7:45 AM IST

Darrang Police against criminals: অপৰাধীৰে ভৰিছে মঙলদৈ আৰক্ষী থানা
Published on: Nov 30, 2022, 7:45 AM IST
অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অধিক সষ্টম দৰং আৰক্ষী ৷ বিগত দুটা দিনত ধাৰাবাহিক অভিযান চলাই সফলতা লাভ দৰং আৰক্ষীৰ ৷ অভিযানকালত বিভিন্ন স্থানৰ পৰা আটক প্ৰায় কুৰিটা অপৰাধী ৷
- অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অধিক সষ্টম দৰং আৰক্ষী (Darrang Police against criminals)
- বিগত দুটা দিনত ধাৰাবাহিক অভিযান চলাই সফলতা লাভ দৰং আৰক্ষীৰ (Crime prevention measures by Darrang Police)
- অভিযানকালত বিভিন্ন স্থানৰ পৰা আটক প্ৰায় কুৰিটা অপৰাধী
- দুচকীয়া, চাৰিচকীয়া বাহন চোৰকে ধৰি আটক হ’ল বিভিন্ন অপৰাধজনীত কাৰ্যত জড়িত অপৰাধী
- আটাকাধীন বহুকেইটাৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে জামিনবিহীন গোচৰ
- পৰবৰ্তী সময়তো অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ কথা ক’লে আৰক্ষীয়ে

Loading...