সোণাৰিত ছাত্ৰৰ অপহৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 21, 2022, 8:58 PM IST

sonari

সোণাৰিত ছাত্ৰ অপহৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া (student kidnapped in Sonari) । অপহৰণকাৰীক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান ।

মৰাণ, ২১ ছেপ্টেম্বৰ : সোণাৰিত ছাত্ৰ অপহৰণক লৈ তীব্ৰ চাঞ্চল্য (student kidnapped in Sonari) । পথৰ কাষৰ পৰাই এখন নীলা ৰঙৰ মাৰুতি কাৰত উঠাই অপহৰণ ছাত্ৰক । সোণাৰি দিচাংপানী দলঙৰ সমীপত সংঘটিত হয় এই অপহৰণ-কাণ্ড (sensational kidnapping case in Sonari) ।

আনহাতে, উক্ত অপহৰণৰ সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে বিদ্যালয়ৰ পৰা উভতি অহা-ছাত্ৰীসকলে । অৱশ্যে ছাত্ৰজন কোন বা ক'ৰ, কি কাৰণত এই অপহৰণ-কাণ্ড সংঘটিত হৈছে তাৰ কোনো তথা এই মুহূৰ্তলৈকে লাভ কৰা নাই আৰক্ষীয়ে ।

সোণাৰিত ছাত্ৰৰ অপহৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

সমান্তৰালভাৱে আৰক্ষীয়ে সমগ্ৰ চৰাইদেউ জিলাত ঘটনা সন্দৰ্ভত তীব্র অভিযান চলাই আছে (intensified operation by police in Charaideo) । ইতিমধ্যে ঘটনা সন্দৰ্ভত সমগ্ৰ চৰাইদেউ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত উদ্ধাৰ মহানগৰীৰ অপহৃত কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.