Naga youth arrested: আলফা স্বাধীনৰ নামত ধন দাবী কৰি আটক নগা যুৱক

author img

By

Published : Nov 21, 2022, 9:50 AM IST

Naga youth arrested in Namtola Sonari

সোণাৰিৰ নামতোলাত আটক এজন নগা যুৱক ৷ আলফা(স্বা)ৰ হৈ ধন দাবী কৰাৰ অপৰাধত আটক নগা যুৱক ৷ আটকাধীন যুৱকজন মন জিলাৰ টিজিতৰ টিংমন কন্যাক বুলি জানিব পৰা গৈছে ৷

  • সোণাৰিৰ নামতোলাত আটক এজন নগা যুৱক
  • আলফা(স্বা)ৰ হৈ ধন দাবী কৰাৰ অপৰাধত আটক নগা যুৱকজনক
  • আটকাধীন যুৱকজন মন জিলাৰ টিজিতৰ টিংমন কন্যাক বুলি জানিব পৰা গৈছে
  • নামতোলা অঞ্চলৰ কেইবাজনো ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ টিংমনৰ বিৰুদ্ধে
  • আনকি ব্যৱসায়ীসকলক ধন আদায় দিবলৈও হেঁচা প্ৰয়োগ কৰি আহিছিল টিংমনে
  • অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.