Drugs peddlers arrested: সোণাৰি আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি

author img

By

Published : Nov 8, 2022, 5:29 PM IST

Drugs peddlers arrested with drugs in Sonari

সোণাৰি আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি ৷ ড্ৰাগছসহ নগদ ধন জব্দ কৰাৰ লগতে আটক ৯ জনক(Drugs peddlers arrested) ৷

  • সোণাৰি আৰক্ষীৰ বৃহৎ সাফল্য
  • আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি
  • ড্ৰাগছসহ নগদ ধন জব্দ কৰাৰ লগতে আটক ৯ জন লোকক(Drugs peddlers arrested)
  • গোপন তথ্যৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে চলাইছিল অভিযান (Drugs seized in Sonari)
  • চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ গোবিন্দপুৰ পথত চলিছিল এই অভিযান
  • আটকাধীন যুৱককেইজন বিশ্বজিৎ দাস, পল্লৱ সেৱক, কিশোৰ গগৈ আৰু ৰূপজ্যোতি কোঁৱৰ
  • মুজাকিৰ হুছেইন, পবিত্ৰ গঞ্জু, বিশাল ভুঁই, কিষাণ প্ৰসাদ আৰু চনু গঞ্জু
  • সোণাৰি আৰক্ষী থানাত অধিক তথ্যৰ বাবে আটাইকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.