Road Accident : ক্ৰুইজাৰ বাহনৰ খুন্দাত নিহত বৃদ্ধ

author img

By

Published : Dec 20, 2022, 2:07 PM IST

one died in road accident

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Silchar Aizawl road) ৷ ক্ৰুইজাৰ বাহনৰ খুন্দাত নিহত হয় এজন বৃদ্ধ লোক (one dead in road accident) ৷

  • শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Silchar Aizawl road)
  • ক্ৰুইজাৰ বাহনৰ খুন্দাত নিহত এজন বৃদ্ধ লোক
  • সোমবাৰে নিশা ইছলামাবাদত সংঘটিত হয় এই দুৰ্ঘটনা
  • মৃত লোকজন চফৰ উদ্দিন (৬৫) বুলি চিনাক্ত কৰা হৈছে (one dead in road accident)
  • গাড়ীখনৰ চালকে প্ৰায় ১ কিলোমিটাৰ দূৰত গাড়ী এৰি পলাই যায়
  • গুৰুতৰভাৱে আহত অৱস্থাত চফৰ উদ্দিনক ধলাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে
  • পিচত তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত বুলি ঘোষণা কৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.