কাছাৰৰ পাচগ্ৰামত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

author img

By

Published : Sep 1, 2022, 12:29 PM IST

man-arrested-with-ganja-in-karimganj

বুধবাৰে নিশা কাছাৰৰ পাচগ্ৰামৰ পৰা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Ganja seized in Cachar) ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে সুনীল কুমাৰ সাংহা আৰু মিঠুন সাহা ৷ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

  • ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান (Ganja seized in Cachar)
  • শেহতীয়াকৈ বৰাক উপত্যকাতো দেখিবলৈ পোৱা গৈছে নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা
  • বুধবাৰে নিশা কাছাৰৰ পাচগ্ৰামৰ পৰা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী
  • আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে সুনীল কুমাৰ সাংহা আৰু মিঠুন সাহা (Man arrested with Ganja)
  • আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি
  • সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
    পাচগ্রাম আৰক্ষী জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই সৰবৰাহকাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.