Silchar Polytechnic Institute Clash: শিলচৰৰ পলিটেকনিক মহাবিদ্যালয়ত উত্তেজনা

author img

By

Published : Dec 7, 2022, 11:21 AM IST

Silchar Polytechnic Institute Clash

শিলচৰৰ পলিটেকনিক প্ৰতিষ্ঠানত উত্তপ্ত পৰিস্থিতি (Silchar Polytechnic Institute)৷ ছাত্ৰ একতা সভা গঠনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি প্ৰতিষ্ঠানখনত (student clash in Silchar Polytechnic)৷ অসমীয়া আৰু বাঙালী ছাত্ৰৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ অভিযোগ ৷

  • শিলচৰৰ পলিটেকনিক প্ৰতিষ্ঠানত উত্তপ্ত পৰিস্থিতি(Silchar Polytechnic Institute)
  • ছাত্ৰ একতা সভা সঠনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি প্ৰতিষ্ঠানখনত (student clash in Silchar Polytechnic)
  • ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে দুটা ফৈদৰ মাজত উত্তেজনা(Clash between students in Slichar)
  • অসমীয়া আৰু বাঙালী ছাত্ৰৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ অভিযোগ
  • নিৰ্বাচনত জয় হোৱা ছাত্ৰ দলটোৰে পৰাজয় হোৱা দলটোৰ সংঘাত
  • সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ কথা উল্লেখ প্ৰতিষ্ঠানখনৰ প্ৰধান সঞ্জীৱ সিনহাৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.