Brick Kiln Accident update: কালাইনত ইটা ভাটাত দুৰ্ঘটনা, মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি

author img

By

Published : Dec 3, 2022, 7:58 AM IST

Brick Kiln Accident update

শুকুৰবাৰে কালাইনত ইটা ভাটাত সংঘটিত হয় এক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত বৰ্তমানলৈকে শিশুসহ নিহত হৈছে পাঁচজন লোক (kalain Brick Kiln Accident) ৷ ইটা নিৰ্মাণৰ বাবে চিমনিত জুই দিয়াৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Brick Kiln Chimney break in Cachar) ৷

  • কাছাৰৰ কালাইনত অঘটন
  • কালাইনত ইটা ভাটাত হোৱা দুৰ্ঘটনাত বৰ্তমানলৈকে শিশুসহ নিহত পাঁচজন (kalain Brick Kiln Accident)
  • দুৰ্ঘটনাটোৰ ফলত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল (Brick Kiln Accident in Kachar)
  • নিহত পাঁচজনৰ ভিতৰত আছিল শাশিম আহমেদ (৫ বছৰ) আৰু আবু সুফিয়ান (৩৬ বছৰ)
  • এই দুৰ্ঘটনাত নিহত কেইজনৰ ভিতৰত আছিল বিহাৰৰ দুজন শ্ৰমিকো
  • উল্লেখ্য যে, ইটা নিৰ্মাণৰ বাবে চিমনিত জুই দিয়াৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো (Brick Kiln Chimney break in Cachar)
  • ইফালে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে
  • এই ইটা ভাটাটোৰ মালিক আলতাফ হুচেন বুলি জানিব পৰা গৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.