Road accident in Cachar: কাছাৰত পথ দুৰ্ঘটনাত নিহত অটো চালক

author img

By

Published : Nov 27, 2022, 12:14 PM IST

Auto driver killed in Road accident in Cachar

কাছাৰৰ উধাৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অটো চালক ৷ নিহত‌ অটো চালকজন শিলচৰৰ চেংকুড়ি ৰোডৰ বাসিন্দা দেবু দাস (২৫) বুলি জানিব পৰা গৈছে ৷

  • কাছাৰৰ উধাৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Cachar)
  • দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অটো চালক
  • নিহত‌ অটো চালকজন শিলচৰৰ চেংকুড়ি ৰোডৰ বাসিন্দা দেবু দাস (২৫) বুলি জানিব পৰা গৈছে
  • শনিবাৰে নিশা যাত্ৰী নমাই পানগ্ৰামৰ ভাড়া ঘৰলৈ বুলি উভতি গৈ আছিল দেবু দাস
  • উভতি যোৱাৰ সময়তে ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে অটোখনে
  • ফলত থিতাতে নিহত হয় দেবু দাস
  • খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় উধাৰবন্দ আৰক্ষী
  • বহু চেষ্টাৰ অন্তত আৰক্ষীয়ে অটোৰ ভিতৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.