বঙাইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Sep 20, 2022, 7:16 PM IST

road-accident-in-bongaigaon

বঙাইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident in Bongaigaon) ৷ থিতাতে নিহত এজন ৫০ উৰ্ধৰ ব্যক্তি ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ দহলাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ৷

  • বঙাইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident in Bongaigaon)
  • থিতাতে নিহত এজন ৫০ উৰ্ধৰ ব্যক্তি
  • বঙাইগাঁও জিলাৰ মাণিকপুৰৰ দহলাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা
  • চাইকেল লৈ ৰাস্তা পাৰ হোৱাৰ সময়তে এখন বাহনে মহতিয়াই নিয়ে ব্যক্তিজনক
  • দুৰ্ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে বাহনখন (Hit And Run Case)
  • নিহত লোকজনৰ পৰিচয় বাতৰি যুগুতোৱা পৰ্যন্ত চিনাক্ত হোৱা নাই
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.