শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা এটা ঘটনা

author img

By

Published : Sep 6, 2022, 7:43 AM IST

Updated : Sep 6, 2022, 11:01 AM IST

Student molested by school principal in Biswanath

শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে (Molestation and sexual abuse of minor girls) ৷ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ চেলাইকাঠিৰ পাঁচলগী অঞ্চলত সংঘটিত হৈছে এই লজ্জানত ঘটনা ৷ হলী চাইল্ড ইংলিছ স্কুলৰ অধ্যক্ষ প্ৰদীপ মাৰাক চাংমাৰ বিৰুদ্ধে উঠিছে এই অভিযোগ (Principal accused of molesting students) ৷

  • শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে (Molestation and sexual abuse of minor girls)
  • বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ চেলাইকাঠিৰ পাঁচলগী অঞ্চলত সংঘটিত হৈছে এই লজ্জানত ঘটনাটো
  • হলী চাইল্ড ইংলিছ স্কুলৰ অধ্যক্ষ প্ৰদীপ মাৰাক চাংমাৰ বিৰুদ্ধে উঠিছে এই অভিযোগ (Principal accused of molesting students)
  • বহু দিনৰ পৰাই বিদ্যালয়ৰ ছাত্ৰীনিৱাসত থকা কণ-কণ ছাত্ৰীক যৌন নিৰ্যাতন চলাই আহিছিল অধ্যক্ষগৰাকীয়ে
  • শনিবাৰেও লম্পট অধ্যক্ষগৰাকীয়ে কেজি 1 আৰু তৃতীয় শ্ৰেণীৰ ৬ গৰাকীকৈ ছাত্ৰীক ছাত্ৰী নিৱাসৰ পৰা নিজৰ কোঠালৈ মাতি নিছিল
  • সেই সময়ত ছাত্ৰী নিৱাসৰ কেয়াৰ টেকাৰৰ দায়িত্বত থকা দুগৰাকী মহিলাক ভাত ৰান্ধিবলৈ পঠিয়াই দিছিল লম্পট অধ্যক্ষগৰাকীয়ে
  • প্ৰথমে ছাত্ৰী কেইগৰাকীক হাত আৰু ভৰি মালিচ কৰিবলৈ দিয়ে
  • তাৰ পিছতে সুযোগ বুজি ছাত্ৰী কেইগৰাকীৰ ওপৰত চলাই যৌন নিৰ্যাতন
  • ঘটনা সন্দৰ্ভত অভিভাৱকে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিচাং আউট পষ্টত দাখিল কৰিছে এজাহাৰ
  • এজাহাৰ ভিত্তিতে আৰক্ষীৰ দল গৈ উপস্থিত হয় সেই স্থানত
  • কিন্তু সেই স্থানৰ পলাই সাৰিবলৈ সক্ষম হয় লম্পট অধ্যক্ষগৰাকী
  • লম্পট অধ্যক্ষগৰাকীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে
    শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা এটা ঘটনা

লগতে পঢ়ক: গোৱালপাৰাত আজি চলিব মাদ্ৰাছা উচ্ছেদ অভিযান

Last Updated :Sep 6, 2022, 11:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.