বিশ্বনাথত গ্ৰেপ্তাৰ ১৭ টা বাংলাদেশী নাগৰিক

author img

By

Published : Sep 17, 2022, 1:09 PM IST

বিশ্বনাথত গ্ৰেপ্তাৰ ১৭ গৰাকী বাংলাদেশী নাগৰিক

বিশ্বনাথত চাঞ্চল্য ৷ বিশ্বনাথৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ১৭ টা বাংলাদেশী নাগৰিক ৷ বৰ্তমান বিশ্বনাথ চাৰিআলিৰ আৰক্ষীৰ জিম্মাত আছে নাগৰিককেইজন ৷

  • বিশ্বনাথত চাঞ্চল্য ৷
  • বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা গ্ৰেপ্তাৰ ১৭ জন বাংলাদেশী নাগৰিক (Bangladeshi people arrested from Assam) ৷
  • অবৈধভাৱে টুৰিষ্ট ভিছালৈ অসমলৈ অহাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা নাগৰিককেইটাৰ বিৰুদ্ধে ৷
  • ইতিমধ্যে দিল্লী, আজমেৰ চৰিফ আদি ধৰ্মীয় স্থান ভ্ৰমণ কৰিছে বাংলাদেশী নাগৰিককেইটাই ৷
  • বিশ্বনাথৰ বাঘমাৰীত ধৰ্মপ্ৰচাৰ কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে আটাইকেইটাক (Bangladeshi people arrested)৷
  • গ্ৰেপ্তাৰ হোৱা ১৭ জন বাংলাদেশী নাগৰিককেইটাক বৰ্তমান বিশ্বনাথ চাৰিআলি থানাত ৰখা হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.