তেজপুৰৰ জাহাজঘাটত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 13, 2021, 9:47 PM IST

Updated : Oct 14, 2021, 5:41 PM IST

Kamala Vaishya Dead body recovered

তেজপুৰৰ জাহাজঘাটত অঘটন । ৰাজ্যসভাৰ সাংসদ তথা তেজপুৰৰ লাচিত চ’কৰ নিবাসী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃ কমলা বৈশ্যৰ মৃতদেহ উদ্ধাৰ ।

বিশ্বনাথ, ১৩ অক্টোবৰ : তেজপুৰৰ জাহাজঘাটত অঘটন । ৰাজ্যসভাৰ সাংসদ তথা তেজপুৰ লাচিত চকৰ নিবাসী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃ কমলা বৈশ্যৰ মৃতদেহ উদ্ধাৰ ।

জাহাজঘাটত পানীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে । মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোক সকলে । শোণিতপুৰ আৰক্ষীৰ এটা ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

মৃতদেহটো ব্ৰহ্মপুত্ৰৰ পানীত উটি অহাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । কমলা বৈশ্য পূৰ্বে তেজপুৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী আছিল ৷

লগতে পঢ়ক: শাৰদীয় বতৰত কিয় পৃথক মাজুলী ?

Last Updated :Oct 14, 2021, 5:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.