আৰক্ষীৰ অভিযানত বৰপেটাত আটক বহু সংখ্যক PFI কৰ্মী

author img

By

Published : Sep 27, 2022, 9:03 AM IST

PFI leaders arrested Across Assam

সমগ্ৰ দেশৰ লগতে অসমতো চলিছে PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI) ৷ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধানত অভিযান (Popular Front of India) ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কেইবাজনো PFI কৰ্মী(NIA ED conduct raids against PFI) ৷

  • সমগ্ৰ দেশৰ লগতে অসমতো চলিছে PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI)
  • নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধানত অভিযান (Popular Front of India)
  • আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কেইবাজনো PFI কৰ্মী(NIA ED conduct raids against PFI)
  • বৰপেটা জিলাৰ নগৰবেৰা আৰু দক্ষিণ বৰপেটাৰ বিভিন্ন অঞ্চলত চলিল PFI ৰ বিৰুদ্ধে অভিযান
  • নিশাৰ ভাগত চলা আৰক্ষীৰ এই অভিযানত কেইবাজনো PFI কৰ্মীক আটক
  • শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত নিশা ৩ বজাৰ পৰা চলিছিল অভিযান
  • ইয়াৰ পাছতেই চঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.