তামুলপুৰত এজন লোকক এচিডেৰে আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Sep 29, 2022, 11:49 AM IST

Acid attack in Tamulpur

তামুলপুৰত এচিড আক্ৰমণৰ ঘটনা (Acid attack incident in Tamulpur) ৷ এজন লোকক বুধবাৰে নিশা এচিডেৰে আক্ৰমণ দুৰ্বৃত্তৰ ৷ গোৰেশ্বৰৰ বকুলগুৰী গাঁৱৰ মাণিক দেৱনাথ নামৰ লোকজনে নিশা কামৰ পৰা উভতি অহাৰ পথত বলি হয় এচিড আক্ৰমণৰ ৷

  • তামুলপুৰত এচিড আক্ৰমণৰ ঘটনা (Acid attack incident in Tamulpur)
  • এগৰাকী ব্যক্তিক বুধবাৰে নিশা এচিডেৰে আক্ৰমণ দুৰ্বৃত্তৰ
  • নিশা কামৰ পৰা উভতি আহি আছিল গোৰেশ্বৰৰ বকুলগুৰী গাঁৱৰ মাণিক দেৱনাথ নামৰ লোকজন
  • উভতি অহাৰ পথতে মাণিক দেৱনাথৰ মুখমণ্ডলত দুৰ্বৃত্তই ঢালি দিয়ে এচিড
  • পিছত ততাতৈয়াকৈ মাণিকক গোৰেশ্বৰৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
  • কিন্তু উন্নত চিকিৎসাৰ বাবে মানিক দেৱনাথক নিশাই প্ৰেৰণ কৰে GMCH লৈ
  • এই কাণ্ডৰ লগত কেইবাজনো লোক জড়িত থকাৰ কথা উল্লেখ ভুক্তভোগীৰ
  • ভুক্তভোগীৰ চিনাকি আটাইকেইজন অভিযুক্ত
  • অভিযুক্তকেইজন ক্ৰমে বিপিন ৰাজবংশী, দেৱেন ৰাজবংশী, কনক ৰাজবংশী আৰু পিংকু বিশ্বাস
  • শত্ৰুতা থকাৰ বাবেই এনে অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ মানিক দেৱনাথৰ পত্নীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.