Tokyo Paralympic ত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

author img

By

Published : Sep 4, 2021, 11:08 AM IST

http://10.10.50.90:6060///finaloutc/english-nle/finalout/04-September-2021/12964770_manish.jpg

চলিত টকিঅ’ পেৰালিম্পিক (Tokyo Paralympic)ত P4 Mixed 50m Pistol SH1 ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিলে 19 বৰ্ষীয় মনীষ নাৰৱালে ৷ পেৰালিম্পিকত এইটো ভাৰতৰ তৃতীয়টো স্বৰ্ণ ৷

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ : টকিঅ’ পেৰালিম্পিক (Tokyo Paralympic)ত ভাৰতৰ নামত তৃতীয়টো স্বৰ্ণ ৷ P4 Mixed 50m Pistol SH1 ইভেণ্টত স্বৰ্ণ লাভ শ্বুটাৰ মনীষ নাৰৱালৰ ৷ আনহাতে একেখন মেচতে ৰূপৰ পদক লাভ কৰিছে সিংঘৰাজ আদানাই ৷ 218.2 পইণ্টৰে নতুন পেৰালিম্পিক ৰেকৰ্ড গঢ়িলে 19 বৰ্ষীয় নাৰৱালে ৷

  • Glory from the Tokyo #Paralympics continues. Great accomplishment by the young and stupendously talented Manish Narwal. His winning the Gold Medal is a special moment for Indian sports. Congratulations to him. Best wishes for the coming times. #Praise4Para. pic.twitter.com/gGHUXnetWA

    — Narendra Modi (@narendramodi) September 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে P1 men's 10m air pistol SH1 ইভেণ্টত ব্ৰঞ্জ লাভ কৰা সিংঘৰাজ আদানাই 216.7 পইণ্টৰে ৰূপৰ পদক নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰে ৰাছিয়াৰ চাৰ্জে মেলিশেভে ৷ ইয়াৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডত 536 ৰে চতুৰ্থ স্থানত আছিল আদানা আৰু 533 ৰে সপ্তম স্থানত আছিল নাৰৱাল ৷

নাৰৱালৰ স্বৰ্ণ জয়ৰ খবৰ লাভ কৰাৰ লগে লগেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে খেলুৱৈগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷

  • The outstanding Singhraj Adhana does it again! He wins yet another medal, this time in the Mixed 50m Pistol SH1 event. India rejoices due to his feat. Congrats to him. Wishing him the very best for the future endeavours. #Paralympics #Praise4Para. pic.twitter.com/EWa9gCRaor

    — Narendra Modi (@narendramodi) September 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : Tokyo Paralympics: হাই জাম্পত ৰূপৰ পদক দখল প্ৰবীণ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.