ICC T20 WC: দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিলে ভাৰতৰ

author img

By

Published : Nov 6, 2022, 9:53 AM IST

ICC T20 WC

আই চি চি টি-20 বিশ্বকাপত নেডাৰলেণ্ডৰ হাতত 13 ৰাণত পৰাস্ত দক্ষিণ আফ্ৰিকা ৷ দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমি ফাইনেলত পথ প্ৰশস্ত কৰিলে টীম ইণ্ডিয়াৰ (India qualified for Semifinals) ৷

  • আই চি চি টি-20 বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত নেডাৰলেণ্ডৰ হাতত 13 ৰাণত পৰাস্ত দক্ষিণ আফ্ৰিকা (ICC T20 World Cup)
  • দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমি ফাইনেলত পথ প্ৰশস্ত কৰিলে টীম ইণ্ডিয়াৰ (India qualified for Semifinals)
  • আজি দিনৰ 1.30 বজাত মেলব’ৰ্ণত জিম্বাব’ৱেৰ মুখামুখি হ’ব ৰোহিত বাহিনী
  • ইফালে গ্ৰুপ 2 ৰ আন এখ‘ খেলত বাংলাদেশৰ মুখামুখি হ’ব পাকিস্তান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.