India vs England: ছেমি ফাইনেলতে যাত্ৰা সামৰিলে টীম ইণ্ডিয়াই

author img

By

Published : Nov 10, 2022, 5:03 PM IST

india-choke-at-another-icc-event-lose-to-england-by-10-wickets

T-20 বিশ্বকাপৰ পৰা বিদায় টীম ইণ্ডিয়াৰ (India vs England) ৷ এডিলেইডত অনুষ্ঠিত ICC T-20 WC ৰ ছেমিফাইনেলত ইংলেণ্ডৰ হাতত ধৰাশায়ী হয় ভাৰতীয় ক্ৰিকেট দল (Semi final between India and England at Adelaide)

  • T-20 বিশ্বকাপৰ পৰা বিদায় টীম ইণ্ডিয়াৰ (India vs England)
  • এডিলেইডত অনুষ্ঠিত ICC T-20 WC ৰ ছেমিফাইনেলত ইংলেণ্ডৰ হাতত ধৰাশায়ী হয় ভাৰতীয় ক্ৰিকেট দল ( Semi final between India and England at Adelaide)
  • বিস্ফোৰক বেটিঙৰে 10 উইকেটত বিজয় সাব্যস্ত ইংলেণ্ড দলৰ ( Lose to England by 10 wickets)
  • 13 নৱেম্বৰত মেলব’ৰ্ণত পাকিস্তানৰ বিৰুদ্ধে ICC T-20 WC ৰ ফাইনেলত অৱৰ্তীণ হ’ব ইংলেণ্ড
  • ইংলেণ্ডৰ দুই অপেনাৰ জচ বাটলাৰ আৰু এলেক্স হেলচে সুন্দৰ বেটিঙেৰে ফাইনেললৈ লৈ যায় ইংলেণ্ড দলক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.