আহি আছে নতুন অসমীয়া ছবি 'গৰু'

author img

By

Published : Oct 31, 2019, 9:50 PM IST

আজি মুক্তি পালে নতুন অসমীয়া ছবি গৰুৰ টাইটেল লগ'

চিটাৰা ডেস্ক,31 অক্টোবৰঃ ৰত্নাকৰৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ দশৰ্কৰ মাজলৈ আহি আছে নতুন অসমীয়া ছবি 'গৰু' ৷ আজি মুক্তি পালে হিমাংশু দাসৰ দ্বাৰা পৰিচালিত ছবি গৰুৰ টাইটেল লগ' ৷ উল্লেখ্য যে, গৰু শীৰ্ষক নতুন অসমীয়া এই ছবিখন মুক্তি পাব 2020 বৰ্ষৰ 24 জানুৱাৰী তাৰিখে ৷

আহি আছে 'গৰু'
Intro:Body:

Goru assamese movie


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.