টুইটাৰ কোম্পানীলৈ পৰিবৰ্তন হোৱাৰ বাবে প্ৰাক্তন CEO Jack Dorseyৰ আক্ষেপ

author img

By

Published : Aug 28, 2022, 6:34 PM IST

BIGGEST REGRET IS THAT TWITTER HAS BECOME A COMPANY JACK DORSEY

টুইটাৰ কোম্পানী হোৱাক লৈ টুইটাৰৰ প্ৰাক্তন CEO Jack Dorseyৰ আক্ষেপ প্ৰকাশ । সবিশেষ পঢ়ক

ইন্টাৰনেশ্যনেল ডেস্ক, 28 আগষ্ট : টুইটাৰৰ প্ৰাক্তন CEO Jack Dorseyয়ে টুইটাৰ যোগে এটা আক্ষেপ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । তেওঁৰ আটাইতকৈ ডাঙৰ আক্ষেপটো হ'ল যে টুইটাৰ এটা কোম্পানীত পৰিণত হৈছে(Jack Dorsey's biggest regret is that Twitter) ।

টুইটাৰ যোগে তেওঁ কয় যে "The biggest issue and my biggest regret is that it (Twitter) became a company" ৷ বিগত নৱেম্বৰ মাহত ডৰ্ছে টুইটাৰৰ CEO পদৰ পৰা পদত্যাগ কৰিছিল আৰু পৰাগ আগৰৱালাই CEOৰ কাৰ্যভাগ গ্ৰহণ কৰিছিল(Parag Agrawal) ।

ইফালে, টুইটাৰৰ প্ৰাক্তন নিৰাপত্তা মুৰব্বী Peiter "Mudge" Zatkoয়ে দাবী কৰে যে, আগৰৱালা নেতৃত্বাধীন প্লেটফৰ্মটোৱে নিজৰ প্লেটফৰ্মত থকা প্ৰকৃত Botৰ সংখ্যাৰ বিষয়ে মিছা তথ্য দিছিল আৰু ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বিষয়ে ফেডাৰেল নিয়ন্ত্ৰকসকলক বিপথে পৰিচালিত কৰিছিল । সেয়ে এই বিষয়ত টুইটাৰ যোগে নিজৰ ক্ষোভ প্ৰকাশ কৰে টুইটাৰৰ প্ৰাক্তন CEO জেক ডৰ্চীয়ে ৷

লগতে পঢ়ক : Twitterৰ ভেৰিফাইড ইউজাৰে ফোন নম্বৰত পাব লেবেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.