মালদ্বীপত গুলপীয়া মনকিনীত দেখা গ’ল শ্বালিনীক
Published on: Aug 6, 2022, 4:29 PM IST |
Updated on: Aug 6, 2022, 4:29 PM IST
Updated on: Aug 6, 2022, 4:29 PM IST

জয়েশভাই জোৰদাৰৰ অভিনেত্ৰী শ্বালিনী পাণ্ডেই শেহতীয়াকৈ লগাইছে সামাজিক মাধ্যমত খলকনি ৷ বৰ্তমানে শ্বালিনীয়ে মালদ্বীপত বন্ধৰ দিন উপভোগ কৰি আছে আৰু তাৰ পৰা ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি আছে ৷ চাওক ফটো-
1/ 11

Loading...