পেৰিছৰ ইভেণ্টত সকলোৱে ৰ লাগি চাই ৰ’ল দেশী গাৰ্ল প্ৰিয়ংকাক
Published on: Jun 7, 2022, 11:39 AM IST |
Updated on: Jun 7, 2022, 11:39 AM IST
Updated on: Jun 7, 2022, 11:39 AM IST

অলপতে প্ৰিয়ংকা চোপ্ৰাই পেৰিছত এটা অনুষ্ঠানত অংশ লয় ৷ অনুষ্ঠানটোত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছিল গ্লবেল ষ্টাৰ গৰাকীৰ ওপৰত ৷ তেওঁ পৰিধান কৰা সাজযোৰ আৰু ষ্টাইলে আকৰ্ষণ কৰিছিল সকলোকে ৷ চাওক ফটো-
1/ 12

Loading...