Mouni Roy and Sunny Leone: ছানি লিয়নি আৰু মৌনি ৰয়ৰ কাঁৰ লুকে মোহিলে অনুৰাগীক, চাওক ডিভা দুগৰাকীৰ ৰেড কাৰ্পেটৰ এইসমূহ ফটো
Updated: May 24, 2023, 5:27 PM |
Published: May 24, 2023, 3:34 PM
Published: May 24, 2023, 3:34 PM

ভোগুইছ আউটফিটত কাঁ চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰে বলীউডৰ ডিভা মৌনি ৰয় আৰু ছানী লিয়নি । অভিনেত্ৰী দুগৰাকীয়ে নিজৰ লুকেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় । চাওক অভিনেত্ৰী দুগৰাকীৰ ৰেড কাৰ্পেট লুকৰ ছবি ৷

1/ 15
বিগত দুদিনমানৰ পৰা ফ্ৰেঞ্চ ৰিভিয়াৰাত থকা ছানী লিঅ’নে আৰু মৌনি ৰয়ে অৱশেষত কাঁৰ ৰেড কাৰ্পেটত ভৰি দিয়ে । দুয়োগৰাকী ডিভাই এই বছৰ কাঁ আত্মপ্ৰকাশ কৰে ৷ মৌনীয়ে এটেলিয়াৰ জুহৰা গাউন পৰিধান কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰে, ইয়াৰ বিপৰীতে ছানীয়ে কাঁত মেৰুণ ৰঙৰ বডিকন ড্ৰেছ পৰিধান কৰি আত্মপ্ৰকাশ কৰে অবিনেত্ৰীগৰাকীয়ে ৷ অনুৰাগ কাশ্যপৰ পৰিচালনাত নিৰ্মিত শেহতীয়া ছবি কেনেডীৰ প্ৰিমিয়াৰত অংশগ্ৰহণ কৰিবলৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হৈছে ছানী । আনহাতে, মৌনিৰ এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত এটা চশমা ব্ৰেণ্ডৰ সৈতে সহযোগিতাৰ বাবে উপস্থিত হয় । মৌনি ৰয় আৰু ছানী লিঅ’নেৰ কাঁ লুকক অতিকৈয়ে পছন্দ কৰিছে অনুৰাগীয়ে ৷ গতিকে চাও আহক এই দুগৰাকী ডিভাৰ কাঁৰ ছবিসমূহ ৷ ছবিসমূহ চাবলৈ স্ক্ৰল কৰক।

Loading...