অংকিতা লোখাণ্ডে বিকী জৈনৰ শেহতীয়া ৰোমাণ্টিক ফটোশ্বুট দেখি আপুনিও বিচাৰিব কাষত নিজৰ প্ৰেমাস্পদক
Published on: Jul 4, 2022, 10:30 AM IST |
Updated on: Jul 4, 2022, 10:30 AM IST
Updated on: Jul 4, 2022, 10:30 AM IST

পৱিত্ৰ ৰিষ্টা ধাৰাবাহিকখনৰ অৰ্চনা চৰিত্ৰটোৰে খ্যাত হোৱা অংকিতা লোখাণ্ডে ব্যৱসায়ী বিকী জৈনৰে সৈতে বিয়াত বহাৰ পৰা প্ৰায়ে চৰ্চাত আছে ৷ দুয়োৰে নিত্য় নতুন ফটোশ্বুটেৰে অনুৰাগীক মতলীয়া কৰি ৰাখে অংকিতাই ৷ শেহতীয়াকৈ অংকিতা বিকীয়ে কৰা ৰোমাণ্টিক ফটোশ্বুটে টোপনি কাঢ়ি নিছে অনুৰাগীৰ ৷ চাওক ফটো-
1/ 11

Loading...