চামডাং চাহ বাগিচাত শ্ৰমিকক দিবলৈ অনা বানচৰ ধন লুট দুৰ্বৃত্তৰ

author img

By

Published : Sep 23, 2022, 9:22 PM IST

Updated : Sep 23, 2022, 9:49 PM IST

Robbery took place at Samdang tea garden near Doomdooma

চামডাং চাহ বাগিচাৰ পৰিচালকৰ পৰা চাৰি-পাঁচজনীয়া ডকাইতৰ দলে লুটি নিলে নগদ ধন (Robbery at Samdang tea garden) ৷ ডকাইতে লুটি নিলে 5 লাখ 24 হাজাৰ টকা ৷

  • ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাত ডকাইতি কাণ্ড (Robbery at Samdang tea garden)
  • চাহ বাগিচাৰ পৰিচালকৰ পৰা চাৰি-পাঁচজনীয়া ডকাইতৰ দলে লুটি নিলে নগদ ধন
  • ডকাইতৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে এগৰাকী সহকাৰী পৰিচালক
  • ডকাইতে লুটি নিলে 5 লাখ 24 হাজাৰ টকা
  • শ্ৰমিকক দিবলৈ বেংকৰ পৰা নগদ ধন লৈ গৈ আছিল পৰিচালক আৰু সহকাৰী পৰিচালক (Samdang tea garden near Doom dooma)
  • দুৰ্গা পূজাৰ বানচৰ সময়ত সংঘটিত হোৱা এনে ঘটনাই বাগিচাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে
  • ডকাইতৰ দলটো ৰঙা ৰঙৰ পালচাৰ বাইকত আহিছিল বুলি সন্দেহ কৰিছে
    চামডাং চাহ বাগিচাত শ্ৰমিকক দিবলৈ অনা বানচৰ ধন লুট দুৰ্বৃত্তৰ
Last Updated :Sep 23, 2022, 9:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.