জুৰীয়াত খেলি থাকোতেই সলিল সমাধি চাৰি শিশুৰ

author img

By

Published : Sep 23, 2022, 5:48 PM IST

Updated : Sep 23, 2022, 7:39 PM IST

Four children died in Juria

জুৰীয়াত শোকাৱহ ঘটনা ৷ খেলি থকা অৱস্থাতে পুখুৰীত পৰি চাৰি শিশু-কিশোৰীৰ মৃত্যু (Four children died in Juria) ৷

  • নগাঁৱৰ জুৰীয়াৰ সুঁতিৰপাৰৰ চিতল মাৰি বিল গাঁৱত শোকাৱহ ঘটনা
  • এটা পুখুৰীত পৰি চাৰি গৰাকীকৈ শিশু-কিশোৰীৰ মৃত্যু (Four children died in Juria)
  • শুকুৰবাৰে দুপৰীয়া এটা পথাৰৰ মাজত থকা বিশাল পুখুৰীৰ পাৰত খেলি আছিল তিনিটা শিশুৱে
  • খেলি থকা অৱস্থাত তিনিগৰাকী কণমানি অসাৱধান বশতঃ পুখুৰীত পৰি যায়
  • এটি শিশু কোনোমতে পাৰলৈ উঠি আহি চিঞৰ বাখৰ কৰাত আন দুগৰাকী কিশোৰী ঘটনাস্থলীত উপস্থিত হয়
  • শিশু দুটিক উদ্ধাৰৰ বাবে দুই কিশোৰীয়ে পুখুৰীত জপিয়াই দিয়ে যদিও চাৰিও গৰাকীৰে সলিল সমাধি ঘটে (Four children died to drown in a pond)
  • বহু পলমকৈ ৰাইজে প্ৰত্যক্ষ কৰি শিশু-কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে
    জুৰীয়াত খেলি থাকোতেই সলিল সমাধি চাৰি শিশুৰ
Last Updated :Sep 23, 2022, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.