বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

author img

By

Published : Sep 24, 2022, 10:20 AM IST

Anandaram Dhekial Phukan Award to eminent litterateur Yeshe Dorjee Thongchi

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰদান কৰে এই বঁটা ৷

  • বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা(Eminent litterateur Yeshe Dorjee Thongchi)
  • আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান বিশিষ্ট সাহিত্যিকগৰাকীক(Anandaram Dhekial Phukan Award )
  • য়েছে দৰজে ঠংচিক এই বঁটা প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে
  • অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.