মেৰাপানীত চোৰাং গৰু সৰবৰাহকাৰী বাহনলৈ আৰক্ষীৰ গুলীচালনা

author img

By

Published : Sep 18, 2022, 10:43 PM IST

Police open fire on Cattle smugglers at Merapani in Jorhat

দেওবাৰে নিশা মেৰাপানীত আৰক্ষীৰ গুলীচালনা (Firing at Merapani) ৷ চোৰাং গৰু সৰবৰাহ কৰা গাড়ীলৈ লক্ষ্য কৰি তিনিজাঁইকৈ গুলী ফুটাই আৰক্ষীয়ে (Police open fire on Cattle smugglers ) ৷

  • মেৰাপানীত আৰক্ষীৰ গুলীচালনা (Firing at Merapani)
  • চোৰাং গৰু সৰবৰাহ কৰা গাড়ীলৈ লক্ষ্য কৰি তিনিজাঁইকৈ গুলী ফুটাই আৰক্ষীয়ে (Police open fire on Cattle smugglers )
  • আৰক্ষীৰ তালাচীত বাধা নামানি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে চক্ৰটোলৈ লক্ষ্য কৰি কৰিলে গুলী চালনা
  • অৱশ্যে এই পৰ্যন্ত ঘটনাত কোনো হতাহতিৰ তথ্য লাভ কৰা নাই
  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.