পুনৰ ঘোচ লৈ হাত দাঙিলে আন দুগৰাকী চৰকাৰী বিষয়াই

author img

By

Published : Sep 28, 2022, 3:43 PM IST

two govt employees caught red handed by cm vigilance in Assam today

ক্ৰমাৎ দীঘলীয়া হৈছে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তালিকা ৷ বুধবাৰে পুনৰ আন দুই চৰকাৰী বিষয়া-কৰ্মচাৰীক হাত দঙাই ফটো উঠালে দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption)৷

  • অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পুনৰ আন দুই বিষয়া
  • উৎকোচ লোৱা সময়তে হাতে লোটে ধৰা পৰে দুই বিষয়া (Corrupted govt employee Assam)
  • আটকাধীন বিষয়া দুজন ক্ৰমে উৎপল কুমাৰ নাথ আৰু মিয়াচান্দ আলী (Govt employees caught red handed)
  • উৎপল কুমাৰ নাথ হাইলাকান্দি কাছাৰ জিলাৰ নিষ্পত্তি বিভাগ কৰ্মচাৰী
  • আনহাতে মিয়াচান্দ আলী চিআইডিৰ এনকে(ইউ বি) শাখাৰ বিষয়া
  • সম্প্ৰতি দুয়োৰে জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰত শাখাই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.