আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Sep 4, 2022, 10:51 AM IST

central-minister-sarbananda-sonowal-to-visit-assam-today

আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal to visit Assam today) ৷ বিয়লি 4 বাজি 45 মিনিটত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

  • আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal to visit Assam today)
  • বিয়লি 4 বাজি 45 মিনিটত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে
  • হেঙেৰাবাৰীত বিজেপি কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ সকলো মত বিনিময় কৰিব সোণোৱালে
  • কাইলৈ ৰাজ্যিক বিজেপিৰ নেতা-সদস্যসকলে সম্বৰ্ধনা জনাব সোণোৱালক
  • সংসদীয় সমিতিলৈ নিৰ্বাচিত হোৱাৰ পিছত এয়া হ’ব সোণোৱালৰ প্ৰথমটো অসম ভ্ৰমণ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.