কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ

author img

By

Published : Jun 20, 2020, 9:18 PM IST

Updated : Jun 20, 2020, 9:32 PM IST

কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ

শনিবাৰে কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ কৰে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছে । লগতে, গালৱান ভেলীত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা সেনা জোৱানসকলকো ১ মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে ।

হোজাই, ২০ জুন : কৰ'ণা মহামাৰীৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ কৰে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছে । লগতে,গালৱান ভেলীত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা সেনা জোৱানসকলকো ১ মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে ।

কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ
কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ
কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ
কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ

উল্লেখ্য যে,কৰ'ণা ন্যায় কিটৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল,চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে সংগঠনটোৱে । এই কাৰ্যসূচীত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি,সম্পাদক মনোজ যাদৱ,পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি সাৰ্থে ক্ৰামছা আৰু ৭ নং কপিলী মণ্ডল কংগ্ৰেছ সমিতিৰ সদস্যসকল ।

কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ
কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ

লগতে পঢ়ক : ভাৰত-চীনৰ সীমা বিবাদ সংঘৰ্ষৰ এক বিৱৰণ

Last Updated :Jun 20, 2020, 9:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.