Soldiers died in JK: কাশ্মীৰত হিমস্খলনত তিনি সেনা জোৱানৰ মৃত্যু

author img

By

Published : Nov 18, 2022, 10:07 PM IST

Three soldiers die in avalanche

উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল অঞ্চলত শুকুৰবাৰে হিমস্খলনৰ ফলত তিনিজন সেনা জোৱান নিহত (Three soldiers die in avalanche) ৷ মৃত সেনা জোৱান তিনিজন হ’ল মুকেশ কুমাৰ, মনোজ গাইকোৱাদ আৰু লক্ষ্মণ ৰাও (Soldiers died in JK)৷

  • উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল অঞ্চলত শুকুৰবাৰে হিমস্খলনৰ ফলত তিনিজন সেনা জোৱান নিহত (Three soldiers die in avalanche)
  • আৰক্ষীয়ে এক বিবৃতিত কয় যে, ‘‘এটা দুৰ্ভাগ্যজনক ঘটনাত সেনাৰ ৫৬ ৰাজপুত ৰেজিমেন্টৰ ৩ জন জোৱানৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হয়’’ (Soldiers died in JK)
  • মাছিল অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো
  • আজি প্ৰায় 12.00 বজাত আলমোৰাৰ ওচৰৰ পোষ্টত বৰফ খহি পৰাত তিনিজন সেনাবাহিনীৰ লোকৰ মৃত্যু হয়
  • ইতিমধ্যে উদ্ধাৰ কৰা হৈছে তিনিওজন সেনা জোৱানৰ মৃতদেহ
  • মৃত সেনা জোৱান তিনিজন হ’ল মুকেশ কুমাৰ, মনোজ গাইকোৱাদ আৰু লক্ষ্মণ ৰাও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.