Rashmika Mandanna: নিজকে কেনেদৰে ফিট ৰাখে পুষ্পাৰ শ্ৰীৱল্লী ৰশ্মিকা মান্দানাই

author img

By

Published : Dec 18, 2022, 4:33 PM IST

Updated : Dec 19, 2022, 10:57 AM IST

Srivalli Rashmika Mandanna of Pushpa keeps herself fit like this know her workout and diet plan

দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ সৌন্দৰ্যক লৈ বহু দৰ্শকেই বলিয়া । ‘পুষ্পা’ ছবিখনত শ্ৰীবল্লীৰ চৰিত্ৰত সহজ-সৰল ৰূপত দেখা ৰশ্মিকা মান্দানা বাস্তৱ জীৱনত দেখিবলৈ অতি গ্লেমাৰাছ । ৰশ্মিকাই নিজকে ফিট আৰু টোন ফিগাৰ কৰি ৰাখিবলৈ জিমত কঠোৰ পৰিশ্ৰম কৰে । কেৱল সেয়াই নহয় সঠিক পৰিমাণৰ খাদ্য আৰু ডায়েটো গ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ আহক জানো অভিনেত্ৰী ৰশ্মিকা মন্দানাৰ ফিটনেছৰ কিছু গোপন কথা ।

দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ সৌন্দৰ্যক লৈ বহু দৰ্শকেই বলিয়া(Actress Fitness)। ‘পুষ্পা’ ছবিখনত শ্ৰীৱল্লীৰ চৰিত্ৰত সহজ-সৰল ৰূপত দেখা ৰশ্মিকা মান্দানা বাস্তৱ জীৱনত দেখিবলৈ অতি গ্লেমাৰাছ(Actress Rashmika Mandanna) । ৰশ্মিকাই নিজকে ফিট আৰু টোন ফিগাৰ কৰি ৰাখিবলৈ জিমত কঠোৰ পৰিশ্ৰম কৰে(Srivalli Rashmika Mandanna of Pushpa) । কেৱল সেয়াই নহয় সঠিক পৰিমাণৰ খাদ্য আৰু ডায়েটো গ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে(Rashmika Mandanna Fitness) ৷

অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত ৱৰ্কআউটৰ ভিডিঅ’ আৰু ফটো প্ৰায়েই পোষ্ট কৰি থাকে । আজি আমি আপোনালোকক ক'ম ৰশ্মিকা মান্দানাৰ ফিটনেছৰ ৰহস্য, যাক অনুসৰণ কৰি আপুনিও আপোনাৰ ফিটনেছৰ গৰাকী হ'ব পাৰিব । আহক জানো অভিনেত্ৰী ৰশ্মিকা মন্দানাৰ ফিটনেছৰ কিছু গোপন কথা ।

  • ৰশ্মিকাই ফিটনেছৰ যত্ন লয়

উল্লেখ্য যে, দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাই নিজৰ ফিটনেছৰ অতি যত্ন লয়(Fitness Lifestyle) । প্ৰতিদিনে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত জিমৰ ভিতৰৰ ভিডিঅ’ শ্বেয়াৰ কৰি থাকে, য’ত অভিনেত্ৰীগৰাকীয়ে ব্যায়াম কৰা দেখা যায় । অনুৰাগীসকলেও তেওঁৰ এই ফিটনেছ টিপছসমূহ খুবেই অনুসৰণ কৰে । টোনড ফিগাৰৰ বাবে অভিনেত্ৰী ৰশ্মিকা মান্দানাই জিমত ইন্টেঞ্চ ৱৰ্কআউট কৰে ।

এই ভিডিঅ'টোত আপুনি দেখিব যে ৰশ্মিকা মান্দানাই জিমত Exercise কৰা দেখা হৈছে ৷ ৰশ্মিকাইও অবিৰতভাৱে ব্যায়াম কৰি আছে আৰু প্ৰশিক্ষকৰ মতে তেওঁ ৱৰ্কআউট কৰা দেখা গৈছে(Lifestyle News) ।

  • ৰশ্মিকাই ইন্টেঞ্চ ৱৰ্কআউট কৰে

আপোনালোকক কওঁ যে, ৰশ্মিকা মান্দানাই(Actress Rashmika Mandanna) জিমত তীব্ৰ ৱৰ্কআউট অনুসৰণ কৰে । এই ভিডিঅ'টোত আপোনালোকে দেখিব যে ৰশ্মিকা মান্দানাই চাইকেলিঙৰ লগতে স্কোৱাট কৰিছে । এই ব্যায়ামৰ দ্বাৰা মাংসপেশীবোৰ ফ্লেস্কিবেল কৰিব পৰা যায় ।

  • ডায়েট প্লেন এনেকুৱা

ৰশ্মিকা মান্দানাই এক সাখ্যাতকাৰত এইকথা ব্যক্ত কৰে যে, তেওঁ নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে ডায়েট আৰু ফিটনেছ প্লেন মানি চলে । অভিনেত্ৰী ৰশ্মিকা মান্দানাই প্ৰথমে পুৱা শুই উঠি প্ৰায় এক লিটাৰ পানী খায় আৰু তাৰ পিছত পুৱা বিশেষজ্ঞৰ পৰামৰ্শ মতে আপেল চাইডাৰ ভিনেগাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে । তথ্য অনুসৰি সাধাৰণতে অভিনেত্ৰী ৰশ্মিকা মণ্ডনাই দুপৰীয়াৰ আহাৰত দক্ষিণ ভাৰতীয় খাদ্য সেৱন কৰে । খাদ্য তালিকাত ৰশ্মিকা মান্দানাই কেতিয়াও শাক-পাচলিৰ চূপ বা কেঁচা ফল-মূল স্কিপ নকৰে ।

লগতে পঢ়ক: Zika virus: ডেংগু, চিকুংগুনিয়াৰ লগতে বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ

Last Updated :Dec 19, 2022, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.